পৃষ্ঠা:ধৰম গিত.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬১

ৰে বান্ধি হেনৰিক দিলে; আৰু ইস্বৰৰ আসিৰ্বাদ সেই সকলোৰে ওপৰত হবলৈ প্ৰাৰ্থনাও কৰিলে।

৭ আধ্যা।

 জেতিয়া হেনৰিএ এই পুথি পালে, সি একো স্ৰম নো হোআকৈয়ে তাক পৰ্হিব পাৰিলে’ আৰু তাৰ কেনে আনন্দ হল! পাচে সি বেগতে গৈ ভিতৰত পাটিৰ ওপৰত বেহেৰাৰ আঁঠুৰ মাজত বহি, আনন্দ মনেৰে সি এনেকৈহে পৰ্হিবলৈ ধৰিলে, জে তাক ঘৰৰ এক চুকৰ পৰা আন চুকলৈকে সুনা হৈছিল। কেৱল সি আপুনি পৰ্হাতে সন্তোস ন হৈচিল, কিন্তু বেহেৰাও জেন পৰ্হিবলৈ সিকিব এনে উপাইও কৰিবলৈ ধৰিলে। আৰু এই সকলো কৰম তাৰ সক্তিৰ দৰেৰে অতি খৰকৈ পুৰ কৰিলে, কিয়নো স্মিথ চাহাবৰ ওচৰত হেনৰিএ জি জি ফাৰচি আখৰ নিতৌ নিতৌ লিখে, তাতে সি বেহেৰাকো লগতে বহুআই সি লিখা ফলাৰ

ঘ ৩