পৃষ্ঠা:ধৰম গিত.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬০

 এই কথা অতি সৰহকৈ ন ধৰি, হেনৰিৰ মাক জেতে দিন স্মিথ চাহাবৰ ঘৰত থাকিল, সেই সময়তে হেনৰিএ নিতৌ ন ন পাঠ পৰ্হিবলৈ ধৰিলে। আৰু স্মিথ চাহাবে ফাৰচি আখৰ তাক সিকাই, ধৰম পুথিৰ জিমান আধ্যা তেঁও ভাল ৰুপে ভাঙ্গি লিখিব পাৰিলে, সেই সকলোকে গোটাই, পুথি এখনি কৰি, ৰঙ্গা চালে-