পৃষ্ঠা:ধৰম গিত.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
খ্ৰিষ্টৰ স্তুতি।

২১

“Behold the glories of the Lamb.”
Bray. C. M.

পোআলি মেৰৰ মহিমা
 দেখা পিত্ৰিৰ আসন;
তেঁওৰ নামত ধৰা নতুন গিত,
 তেঁওৰ ধন্যবাদ কিৰ্তন।

সকলো ব্ৰিধ লোক তেঁওৰ চৰন
 উবুৰি হওক প্ৰনাম;
গাই পতি ধৰি হাতত বিন
 গান কৰোক য়িচুৰ নাম।

সুগন্ধি ধুপৰ পাত্ৰও লৈ
 তেঁওৰ আগত কৰোক দান;
সেই ধুপ পবিত্ৰৰ প্ৰাৰ্থনা,
 তাত প্ৰভু পাই সুঘ্ৰান।

জি মেৰ পোআলি মৰা হল,
 তেঁও ধন্য নিৰন্তৰ;
আমাক পোৰোহিত ৰজাৰ বাব
 তেঁও দিলে ক্ৰিপাৰ বৰ।

খ ৩