পৃষ্ঠা:ধৰম গিত.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
খ্ৰিষ্টৰ স্তুতি।


বিদেসৰ জি জি পাপি লোক
 তেঁওত পাইচে পৰিত্ৰান,
স্বৰ্গৰ ওপৰে সুৰ তোলোক
 সত্‌চিদানন্দৰ গান।

সেই স্বৰ্গৰ গানিকাৰ সহিত
 আমি নিবাস জেন পাম;
তাত মধুৰ গানৰ পাই অম্ৰিত
 জই কৰিম য়িচুৰ নাম।
 ন. ব.

২০

None like Christ.
Happiness. 6, 6, 9.

 য়িচুৰ অবিহনে
 আমাৰ এই জিৱনে
প্ৰিয় ত্ৰান কৰ্তাৰ কোন আচে তুল্য?
 অৱতাৰ ধৰিলে,
 পাপ মোচন কৰিলে,
আমাৰ এনে প্ৰভুৰ নাম অমুল্য।
 ব. দ.