পৃষ্ঠা:ধৰম গিত.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
খ্ৰিষ্টৰ স্তুতি।


সকলো বঙ্গহ, ভাসা, ৰাজ্য,
 নিবাসি ত্ৰিভুবন,
তেঁওৰ সক্তি, গিয়ান, ধন, মৰ্জতা,
 কৰোক পৰম কিৰ্তন।  ন. ব.

২২

"Join all the glorious names."
Anam. H. M.

 মৰ্ত্য বা স্বৰ্গৰ লোক
 জি জি নাম সুনা গল,
 গিয়ান, মহিমা, প্ৰেম,
 প্ৰতাপি বাক্য সকল;
জোগ কৰিলেও মোৰ প্ৰভুৰ গুন
দেখাবৰ কোনো নাই নিপুন।

 নিয়মৰ দুত প্ৰধান
 তেঁও হৈচে অৱতাৰ,
 পাপ খেমা লৈ দেখাই
 ইস্বৰৰ অঙ্গিকাৰ;
পাঁচনি এৰি পিত্ৰিৰ থান,
আনিলে নৰৰ পৰিত্ৰান।