পৃষ্ঠা:ধৰম গিত.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৫

প্ৰায়ে এই; হে মোৰ প্ৰিয় লৰা, বচিও জেন খ্ৰিষ্টিয়ান হব, তাৰ জেন দেও পুজা কৰাবিলাকৰ মাজত লেখ ন হৈ, সত্য ইস্বৰৰ সন্তানবিলাকৰ মাজত লেখা হব, এই কাৰনে ইস্বৰৰ অনুগ্ৰহলৈ তুমি কাৰ্বাৰ কৰিব লা- গিব।

 জেতিয়া নাৱৰ পাল তুলিবলৈ সকলো জুগুত হল, তেতিয়া হেনৰিএ মেমত সেস বিদাই লৈ, বামলৈ আহি, এজোপা বৰ গছৰ তলৰ চাতে থিয় হৈ ৰল, আৰু গঙ্গা বহল নদিৰ ওপৰত নাও অতি দুৰ হৈ নে দেখা ন হল মানে, তালৈকে চাই আচিল। তেতিয়া বেহে- ৰাই হেনৰিক কোলাত লৈ তাৰ মাকৰ ঘৰলৈ আনিলে, আৰু সেই দিনৰে পৰা তাৰ মাকে আগৰ দৰে, অৰ্থাত সেই সজ স্বভাৱেৰে মেম চাহাব আহিবৰ আগৈএ জেনে হেনৰিৰ কাৰ- নে একো চিন্তা ন কৰিচিল, সেই ৰুপে এতি- য়াও ন কৰিলে। কিন্তু সি আগৈএ সত্য ইস্বৰৰ নামো নে জানিচিল, এতিয়া তেঁওৰ ধৰম পুথি- কো পৰ্হিব পাৰিলে। এই অনুগ্ৰহৰ নিমিতে,