পৃষ্ঠা:ধৰম গিত.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৬

সি অনন্ত কাললৈকে ইস্বৰৰ নাম ধন্যবাদ কৰিব, এয়ে আমাৰ নিচয়ে বিস্বাস হৈছে।

 কোনো সময়ত হেনৰিৰ মাকে আপোনাৰে সৈতে তাক ভোজন কৰিবলৈ দিএ, কিন্তু তেঁও ভোজন কৰি এঁটালেই, ধোঁআ খোআ খাবলৈ ধৰে, অৰু লগৰ মানুহবিলাকেও খাই। সেই বেলিত ভাল উচিত একো কথা বাত্ৰা নু সুনি, কেৱল বাটি, কাঁ‌হি, কটাৰি, কঁটা, বিচনি, ধোঁআ খোআ এইবোৰৰহে সবদ সুনে। ইয়াৰ বাহিৰেও তাৰ মাকে চাকৰবিলাকক সিহঁতৰ ভাসাৰে, গালি সপনি পাৰে, এই কাৰনে ভো- জনৰ বেলিত হেনৰিৰ একো আনন্দ নাই কিয়া হল।

 এই কাৰনে হেনৰিএ আপোনাৰ বেহেৰাৰ বাহিৰে আন কাকো লগৰিয়া ভাল নে পাই, আনৰ কথাতো একো সন্তোস ন হৈ, কেৱল আপোনাৰ বেহেৰাই সৈতে সৰু খোঁটালিত বহি, ধম পুথি পৰ্হি, আনন্দ মনেৰে সন্তোস হৈ থাকে।

 মেম চাহাবে সেসত কৈ জোআ কথা,