পৃষ্ঠা:ধৰম গিত.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৭


 মে। হে মোৰ প্ৰিয়, মই সোধাৰ উতৰ কত পোআ হব, তুমি ইয়াক জানিবৰ নিমিতে মই এই কথা কলোঁ‌।

 হে। মই ভাল ন হঁ‌ও বুলি জানোঁ, অনেক অনেক বেয়া কৰম কৰিলোঁ, জিহকে কেৱে নে জানে আৰু বচিও নে জানে। কেৱলে ইস্বৰেহে মোৰ ৰিদয়ৰ দুষ্ট স্বভাও জানে।

 মে। তেনে হলে তুমি পাপি বুলি জানিচা?

 হে। হই, মই অতি বৰ পাপি।

 মে। পাপিবিলাক মৰি, কলৈ জাই?

 হে। দুষ্ট লোকবিলাক, জিবিলাকে ইস্বৰক পাহৰি আচে সিহঁতক নৰকত পেলোআ জাব, জেনেকৈ দাৱিদৰ ৯ গিতৰ ১৭ পদত লিখা আচে।

 মে। জদি পাপিবিলাক নৰকলৈ জাই, তে- নে হলে তোমাৰ ৰখ্যা কেনেকৈ হব?

 হে। জদি মই প্ৰভু য়িচু খ্ৰিষ্টতে বিশ্বাস কৰোঁ‌, তেন্তে মোৰ নিচয়ে পৰিত্ৰান হব।

খন্তেক মান ৰবা,'এই কথাৰ মই তোমাক সাস্ত্ৰৰ

খ ৪