পৃষ্ঠা:ধৰম গিত.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮

পদ এটা দেখাও। পাচনিবিলাকে কৰা কৰমৰ ১৬ আধ্যৰ ৩১ পদ।

 মে। কি? য়িচু খ্ৰিষ্টত বিস্বাস কৰিলে তোমাৰ সকলো পাপে সৈতে তুমি স্বৰগত সোমাব পাৰিবা নে? পাপিবিলাক স্বৰগলৈ জাব পাৰে নে?

 হে। ন হই সিহঁতে কেতিয়াও নোআৰে। ইস্বৰে পাপিবিলাকৰ লগত নিবাস ন কৰে। তেঁওৰ চকু অতি নিৰ্মল, এই কাৰনে তেঁও পাপ দেখিব নোৱাৰে। হবাককৰ ১ আধ্যাৰ ১৩ পদ। জদি য়িচু খ্ৰিষ্টত বিস্বাস কৰোঁ‌ তেন্তে তেঁও আমাৰ সকলো পাপ মোচন কৰিব, কিয়নো তেঁওৰ তেজে আমাক সকলো পাপৰ পৰা নিৰ্মল কৰে। য়োহানৰ প্ৰথম পত্ৰৰ ১ আধ্যাৰ ৭ পদ। তেঁও মোক ন মন দি, মোক ন স্ৰজন কৰিব, আৰু জে- নেকৈ তেঁও পবিত্ৰ আচে, তেনেকৈ ময়ো পবিত্ৰ হম। য়োহানৰ প্ৰথম পত্ৰৰ ৩ আধ্যা ৩ পদ।

 মেমে হেনৰিৰ এই উতৰ সুনিলত বৰ