পৃষ্ঠা:ধৰম গিত.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৬


উতম ৰুপে তেঁওৰ ওচৰত প্ৰাৰ্থনা কৰা উচিত। কিন্তু মই সোধাৰ উতৰ দিবৰ নিমিতে বহা খোটালিৰ ইমান দুৰৈলৈ জাবৰৰ প্ৰয়োজন নাই। এই খোঁটালিৰ মাজতে হেনৰি না- মেৰে এটি সৰু লৰা আচে, তাকে ভাল লৰা বোলা হব পাৰে নে? দুই তিনি মাহৰ আ- গৈএ সেই সৰু লৰাই নিতৌ নিতৌ মিচা কথা কৈচিল, আৰু কালি ঘোঁৰা চোআৰ ওপৰত খঙ্গ কৰা দেখিচোঁ‌, কিয়নো সি তাক ঘোঁ‌ৰাৰ ওপ- ৰত উঠিবলৈ নি দিলে। মই ঠিককৈ নে জানোঁ, কিন্তু সি ঘোঁৰা চোআক এবেলি দুবেলি মাৰিলে হবলা।

 হে। মই জানিচোঁ‌ এইটো অতি বেয়া কৰিলোঁ, কিন্তু মোৰ হাতত একো মাৰি নাই কিচিল, এই কাৰনে মই তাক দুখ দিয়া নাই বুলি আসা কৰোঁ। পুনৰাই এনে কৰম ন কৰিবলৈ ইস্বৰে মোক সক্তি দিওক মোৰ টকাৰ জি বাকি পইচা আচিল, তাকে আজি ৰাতি পুআই ঘোঁ‌ৰা চোআক দিলোঁ‌, আৰু মোৰ দাই তাৰ আগতে সৈ কাৰ্হিলোঁ।