পৃষ্ঠা:ধৰম গিত.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৫

নিচয়ে জানো। নিস্পাপি মানুহ এটাও তাত নাই।

 মে। কিন্তু মই বুজিচোঁ মানুহৰ স্বভাও বেয়া হোআৰ প্ৰমান দেখিবৰ কাৰনে বজাৰলৈ জাবৰ একো প্ৰয়োজন নাই। তুমি ঘৰতে থাকি ইয়াৰ প্ৰমান দিব নোআৰা নে?

 হে। কাৰ কথা কৈচা? আমাৰ চাকৰ- বিলাক নে? নাইবা জি মেম চাহাববিলাকে মোৰ আইৰ লগত পকি ঘৰৰ নিচাঙ্গত বহি আচে? ভাত খাবৰ বেলিত সিহঁতেও ধৰম পুথিৰ কাৰনে হাঁহিচিল, জি নিমিতে সিহঁতে হাঁহিচিলে তাকে মই জানিচোঁ‌। মোৰ আইকো হাঁহিচিল। ইয়াতে মই বুজিলোঁ, সিহঁতক কোনেও নিস্পাপি বুলি কব নোআৰে।

 মে। ন হই মোৰ প্ৰিয় লৰা সেই মেম- বিলাক ধৰমি ন হই; জদি হই বুলি কঁও তেন্তে মই তোমাক ভুলাওহে। নে দেখাত সিহঁতৰ কাৰনে বেয়া কলেও, ভাল ন হব, এই হেতুকে সিহঁতৰ কাৰনে কোনো কথা ন

কৈ, ইস্বৰে সিহঁতৰ মন জেন পালটাই,

খ ৩