পৃষ্ঠা:ধৰম গিত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
খ্ৰিষ্টৰ স্তুতি।


তেঁওকে জানি আমাৰ ইস্বৰ;
অতি পৰম সুৰে
 ধৰি গান এক স্বৰে,
প্ৰসংসা কৰোঁ নিৰন্তৰ।
 ন. ল.

১৬

Praise to Christ.
Creation. 6, 6, 4.

ধৰা হে স্তুতি গান,
দিলে জি আপোন প্ৰান
 পাপিৰ কাৰন;
দেখা প্ৰভুৰ মৰম,
জি কৰিলে কৰম,
কন্যাৰ গৰ্ভত জনম
 কৰি ধাৰন।

ধৰা হে স্তুতি গান,
কতো নাই উপাই আন
 বিনে খ্ৰিষ্ট;