পৃষ্ঠা:ধৰম গিত.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
খ্ৰিষ্টৰ স্তুতি।

১৫

Praise to Christ.
Lonsdale. S. P. M.

ধৰা হে স্তুতি গান,
 দিলে জি আপোন প্ৰান,
কেৱল খ্ৰিষ্ট সকলো সাৰ;
 তেঁওত বিনে কতু নাই,
 মুক্তিৰ একো উপাই,
তেঁওহে প্ৰভু প্ৰেমৰ আধাৰ।

ধৰা হে স্তুতি গান,
 দিলে তেঁও পাপৰ ত্ৰান,
এই নিমিতে কৰা ভক্তি,
 সকল পাপক এৰা,
 তেঁওত ভাৰসা কৰা,
তেহে কৰিব তেঁও মুক্তি।

ধৰা হে স্তুতি গান,
 ভুলোকে ওপৰ থান,