পৃষ্ঠা:ধৰম গিত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ইস্বৰৰ পালন।

বায়ু জি আনে উপদ্ৰও
মোৰ ওপৰ একো নাই সম্ভও।

 সকলো আপদত
 তেঁও ৰাখে মোৰ নিস্বাস,
 প্ৰান অৰ্পন তেঁওৰ হাতত
দি কৰোঁ দ্ৰিঢ় বিস্বাস;
জেই দিনলৈ মোৰ আয়ুস ৰই,
অহা জোআ কৰিম অনিৰ্ভই।
 ন. ব.

১৪

Blessedness of serving God.
Nuremburg. 7.

জিৱন কালে সত্য সুখ
 অকল ইস্বৰ সেৱাত হই,
জেতিয়া ম্ৰিত্যু হই সমুখ
 তেতিয়াও মন সুস্থিৰে ৰই।

পৰকালেও সৰ্বদাই
 য়িচুৰ দাসৰ হব সুখ,
জেতিয়া স্বৰগ থানে জাই
 প্ৰভু তাত ন হই বিমুখ।
 জ. প. বং