পৃষ্ঠা:ধৰম গিত.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
ইস্বৰৰ অনুগ্ৰহ।

২০৯

“ Thus saith the high and lofty One."

Old Hundred. L. M.

এই ৰুপে কই পবিত্ৰ জন,
মই বহি আচোঁ নিজ আসন,
পবিত্ৰ ইস্বৰ হই মোৰ নাম,
কাল অখই, বাসো স্বৰ্গধাম।

কিন্তু মই নামো আকাস তল
জত নৰৰ বাস এই ভুমণ্ডল;
জাৰ হই নম্ৰ মন, ভগন চিত
মই কৰোঁ বাস তাত হৰিসিত।

সোক কৰা লোক, নিৰ্হঙ্কাৰ মন,
অনন্ত জিৱন পাই সেই জন;
পাপ হেতু ক্ৰন্দন কৰা লোক,
মই দিঁও বিস্ৰাম গুচাই তাৰ সোক।

জি কালত মোৰ সন্ততিগন
দিঁও পাপত সাস্তি অনুখন,
নে থাকে মনত সদাই খঙ্গ,
হই জিহত আস সিহঁতৰ ভঙ্গ।