পৃষ্ঠা:ধৰম গিত.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
সুভ বাত্ৰা কিৰ্তন কৰা।


হে প্ৰভু, আমাৰ মনৰ আস
ন হব জেন সমুলি নাস,
এই হেতু খেমা কৰি পাপ
গুচুউআ মনৰ সকল তাপ।
 ন: ল. ফ.

২১০
“ Ye Christian heroes, go, proclaim."
Uxbridge. L. M.

হে খ্ৰিষ্টৰ সকল সেৱকগন,
কৰাগৈ তেঁওৰ মুক্তিৰ ঘোসন;
জত দেখা মৰু ভুমিৰ জাত
স্যাৰোনৰ গোলাপ ৰুবা তাত।

অগ্নি ৰুপ গৰ হৈ তেঁও পালন
কৰিব মনত প্ৰেম জলন;
ক্ৰোধ ৰুপ বায়ু দিব গুচাই,
ধুমুহাও তাতে সান্ত হৈ জাই।

আসিৰ্বাদ কৰি তোমাৰ স্ৰম,
গুচাব সকল মিচা ভ্ৰম;
বৰ খাই দি সান্তি ৰুপ জল
গজাব তোমাৰ স্ৰমৰ ফল।
 ন. ল. ফ.