পৃষ্ঠা:ধৰম গিত.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
খ্ৰিষ্টৰ উপদেস।


জি কাল তেঁও কৰে গম্ভিৰ জল,
অনন্ত নৰ্কৰো অনল,
সেই কালত সুনি মোৰহে মাত
ত্ৰিন, ব্ৰিখ্য় অদি হল অকস্মাত।

প্ৰিথিবি আচিল মাজ আকাস,
কৰিলে সুৰ্জে তাত প্ৰকাস;
তাক চালোঁ মই হৰিসিত মন
জত বাস কৰিব মনুস্য গন।

প্ৰথমে মোৰ বিয়াকুল চিত
চিন্তা কৰিলোঁ নৰৰ হিত,
আদমক স্ৰজাৰ পুৰ্বে মই
কৰিলোঁ মুক্তি তাৰ নিচই।

এই হেতু আঁহা, পাপিগন,
মোৰ ওচৰ চাপা সৰ্ব জন,
কৰা মোত আস্ৰই নিসংসই,
মই দিম অনন্ত ত্ৰান অখই।
 ন. ল. ফ.