পৃষ্ঠা:ধৰম গিত.djvu/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
স্বৰগৰ আসা


২০৪
“Jerusalem my happy home.”
Jerusalem, C. M,

য়িৰুচালম মোৰ সুখ আলই,
 তাক চিন্তোঁ অনুখন;
কোন কালে মোৰ দুখৰ হৈ সেস
 তাৰ সুখ দেখিম নয়ন?

সুৰ্জকান্ত মনিৰ সকল গৰ
 দেখোঁতে দিপ্তিমই;
মুকুতাৰ নিৰ্মান দুআৰবোৰ
 আলি সুধ সোনাৰ হই।

তাৰ উদ্যান অতি মনোহৰ
 সুভিচে ব্ৰিখ্য জিৱন;
মানুহৰ চকুত দেখা নাই
 কান্তিমই এই দৰ্সন।

এই ৰুপ ঐস্বৰ্জেৰে ভুসিত
 স্বৰ্গপুৰ জদি হই,
তেন্তে কিয় ম্ৰিত্যুলৈ মোৰ
 থাকিচে মনত ভই?