পৃষ্ঠা:ধৰম গিত.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
পাপিক উদগোআ।


জত নে ভাগে সাধুৰ সমাজ,
 বিস্ৰামো ন হই খই,
মোক তুলি নিয়া সেই ঠাইলৈ
 নিজ হাতে ক্ৰিপামই।

জি সুখ আলইত মোৰ প্ৰভু গল,
 তালৈকে ময়ো জাম;
তেঁওক দেখা পাই অনন্ত কাল
 তেঁওৰ জস, গুন কিৰ্তন গাম।

সেই স্বৰ্গত আমি অজুত কাল
 সুৰ্জৰ সম দিপ্তিমই,
ভোগ কৰিলেও অতি অলপ
 সুখৰ কাল ন হই খই।
 ন. ল. ফ.

২০৫
Sinners exhorted.
Rochester. C. M.

দেখা, হে প্ৰিয় বন্ধুগন,
 হল আমাৰ কাল ওচৰ;
কৰা জুগুত আপোনাৰ মন
 চাপি খ্ৰিষ্টৰ কোখৰ।