পৃষ্ঠা:ধৰম গিত.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
স্বৰগলৈ অপেখ্যা।


সংসাৰ বা ভুতে অগ্নি বান
 মাৰিলেও মহা জুধ,
অহিংসিত সহিম ঘোৰ চইতান
 সংসাৰৰো বিৰোধ।

আপদো দুখ ধুমুহা ৰুপ
 ঘোৰ ঢৌ লগালে মন,
পাম জদি সেসে পিত্ৰিৰ ঘৰ
 মোৰ আৰু নাই চিন্তন।

তাত স্ৰান্ত হোআ মন ইস্বৰক পাই
 প্ৰেম সিন্ধুত মজি হৈ,
নাই ক্লেসৰ ঢৌ লাগিব আৰ
 মোৰ অতি সান্ত ৰিদই।

তাত কোটি কোটি কল্প ৰৈ
 সুৰ্জতকৈ দিপ্তিমই,
ইস্বৰক স্তুতি কৰা কাল
 কিঞ্চিত ন হব খই।
 W.W.

খ ৪