পৃষ্ঠা:ধৰম গিত.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
পাপিলৈ খ্ৰিষ্টৰ মৰম।


 মন এনে হওক চাৰি,
 খেদ কৰোক অতিসই;
চকুৰ লো ওলাই ধাৰায়ে
 নদি ৰুপ উচিত হই।

 স্বৰগৰ দুত দেখি
 য়িচুৰ এনে ক্ৰন্দন,
সোধে সকল, বিস্মই মানি,
 কি কাৰন, কি কাৰন?

 বিস্মই মানা, হে মন,
 মোৰ পাপৰ ডঁৰ কেনেই,
তাক দেখি মৰমে ক্ৰন্দন
 মোৰ অৰ্থে কৰিলে।

 তেন্তে কান্দিম আমি
 খেদ কৰি প্ৰতি জন,
স্বৰগ পাই, হোআত নিস্পাপি
 তাত আৰু নাই ক্ৰন্দন।
  W.W.