পৃষ্ঠা:ধৰম গিত.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৭
ধৰম আচৰন।


২০০
“Living to Christ."
Uxbridge. I. M.

হে প্ৰিয় প্ৰভু ত্ৰান কৰ্তা,
 মোৰ জিৱন, মোৰ আয়ুসৰ সাৰ,
দাস কৰা মোক তোমাৰ সদাই,
 আনন্দে হম কেৱল তোমাৰ।

মোৰ পুনি, মোৰ সৰিল বলি ৰুপ
 উচৰগ কৰা উচিত হ ই,
জিয়া, পবিত্ৰ, প্ৰেম স্বৰুপ,
 ইস্বৰৰ মন্দিৰ মোৰ ৰিদই।

বিচাৰিম কিয় নিজা হিত?
 সংসাৰিক ৰঙ্গ কি কাম আমাৰ?
পবিত্ৰ হলোঁ আত্মাক্ৰিত,
 কৰিবৰ খ্ৰিষ্টৰ গুন প্ৰচাৰ।

8

জসস্যা ধন কৰি হেলা,
 হওক য়িচুৰ প্ৰেম মোৰ ধনৰ সাৰ,
তেঁওৰ প্ৰিয় নামৰ মৰ্জতা
 মোৰ সুখ, মেৰি উচিত সজ বিচাৰ।

খ ২