পৃষ্ঠা:ধৰম গিত.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
পাপিলৈ খ্ৰিষ্টৰ মৰম।


এনেই জি ৰঙ্গ সংসাৰ দিবৰ
 লবৰো সক্তি হিন,
তাক পাবৰ ইচা, হে ইস্বৰ,
 নতুনকৈ দিনে দিন।

তোমাক এৰি বিতুষ্ট জেন
 ন কৰিম পুনৰাই,
হে য়িচু ৰাজ্য কৰোক মোৰ মন,
 দাস কৰি মোক সদাই।

এই প্ৰেমৰ স্তুতি কবলৈ
 আয়ুসৰ কাল নিয়াম;
মৰিলে মনে সুচি হৈ
 সজ ৰুপে স্তুতি গাম।
 W. W.

১৯৯
“Did Christ o'er sinners weep?"
Kentucky, 8. M.

 খ্ৰিষ্টে পাপিৰ কাৰন
 ক্ৰন্দন কৰিলে নে?
তাত চকুৰ লো নাই কিয়া বদন
 হৈ থাকিম নো আমি?