পৃষ্ঠা:ধৰম গিত.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
প্ৰভুৰ ৰাজ্য।


১৯৩
Consummation of Christ's Reign.

উঠা, চালম ৰাজ্য, উঠাহে, মেলিয়া নয়ন,
সুভিত মাথা তুলি পিন্ধা দিপ্তিৰে ভুসন।
দেখা, বহু প্ৰজাই চাপে মন্দিৰৰ ওচৰ,
সেয়ে তোমাৰ পুত্ৰ নাতি ভবিস্যত কালৰ।


সিবিলাকে চাৰিও ফালে সাৰি সাৰি হৈ,
জিৱন অপেখ্যাৰে আহে, আসা স্বৰ্গলৈ।
দুৰৰ পৰা নানা দেসি জাতি কত জন,
দিপ্তিমই ৰাজধানি দেখি কৰে আগমন।


জঁগ্যৰ ভেঁটি ৰজাগনে প্ৰনামকৈ বেৰই,
চাবিয়াৰ সুগন্ধি দ্ৰব্য তাতে দান কৰই।
তোমাৰ অৰ্থেহে ইদুমাৰ হাবি ফুলিচে,
জিলিকি ওফৰ পৰ্বতৰ সোনা ওলাইছে।

8


দেখা, স্বৰ্গে মেলি দিচে, অপোনাৰ দুআৰ,
কৰিচে প্ৰচণ্ড দিপ্তি কাৰনে তোমাৰ।
সুৰ্জে নাহি দিব আৰু প্ৰভাতৰ কিৰন,
চন্দ্ৰমা ন কৰে জানা নিসাৰো সোভন।