পৃষ্ঠা:ধৰম গিত.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
বিদেসি লোকৰ দ্ৰোহ।


সংসাৰৰ বিনাসি ৰবি জানা হব খই,
কিন্তু অবিনাসি ৰবি কৰিব উদই;
সেহি পৰমাৰ্থ সুৰ্জে দিপ্তি কৰিব,
দিন ইস্বৰৰ কাল অনন্ত তোমাৰহে হব।


সাগৰো বিনাস হৈ জাব, অকাল ধুঁআমই,
সিলো ভস্ম হব, পৰ্বত পমিব নিচই।
কিন্তু প্ৰভুৰ বাক্য সক্তি জানিবা অখই,
খ্ৰিষ্টৰ ৰাজ্য, মহিমা, সাসন, চিৰকালে ৰই।
 ন: ল. ফ.

১৯৪
“Why do the heathen rage?” Ps. 11.
Angels' Song. L. M.

বিদেসি লোকে কি কাৰন
কৰিচে দ্ৰোহৰ আচৰন?
ইস্বৰ, তেঁওৰ অভিসিক্ত জনৰ
আচৰে অহিত পাপি নৰ?

জগতৰ প্ৰধান অধিকাৰ
বোলে, চিঙ্গো জুঁঅলিৰ ভাৰ;
আলচি ৰজাগনেও কই,
পেলাওহঁক আঁহা, কান্ধৰ ফই।