পৃষ্ঠা:ধৰম গিত.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ইস্বৰৰ গুন কিৰ্তন।

সৰ্বজান হৈ প্ৰভু জানা সমুদাই,
তোমাৰ আগত একো নে থাকে লকাই;
কোনে কব পাৰে তোমাৰ মহিমা?
অনন্ত গুন তোমাৰ অনেক অসিমা।
 ন. ল.

১১

Trust in God.
Star in the East. 10.

সক্তিমন্ত খেমাৱন্ত এক জন ইস্বৰ,
তেঁওৰ ক্ৰিপা জি পাই সন্তোস নিৰন্তৰ;
তেঁওত ভাৰসা কৰি পাব নিস্তাৰ,
পাপ জাব, সুখ পাব, গুচিব ভাৰ।

সৰন লৈ ভই সংসই কৰিবা দুৰ,
বিস্বাসৰ দোআৰাইহে আনন্দ প্ৰচুৰ;
তেঁও স্ৰিষ্টি কৰ্তা, মহিমাৰ অপাৰ,
জগতক ৰাখিচে, ক্ৰিপাৰ আধাৰ।

দুখেই বা সুখেই তোমাৰ পৰিখা,
সৰ্বতিকাল কৰা দ্ৰিঢ় ভাৰসা;
জিৱনৰ মৰনৰ তেঁও অধিকাৰ,
সোক পোআক কৰিব সেসত উধাৰ।