পৃষ্ঠা:ধৰম গিত.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ইস্বৰৰ গুন কিৰ্তন।

১০

God Eternal.
Expostulation, 11.

পুৰুসে পুৰুস প্ৰভু আমাৰ আস্ৰই,
স্ৰিষ্টিৰ পুৰ্বে তুমি আচা নিৰামই;
কোনে কব পাৰে তোমাৰ মহিমা?
অনন্ত গুন তোমাৰ অনেক অসিমা।

হেজাৰ হেজাৰ বচৰ এক নিমিস তোমাৰ,
এই ৰুপে কাল প্ৰভু আচে আপোনাৰ;
কিন্তু আমাৰ আয়ুস সপোন জেন হৈচে,
দিনে দিন অতি বেগে ঢুকাই গৈচে।

বায়ুতে ব্ৰিখ্যৰ পাত জি ৰুপে সৰে,
তোমাৰ কোপত সেই ৰুপে প্ৰানি মৰে;
তোমাৰ সক্তিত প্ৰভু থাকিচোঁ জিয়াই,
তোমাৰ বিনে আমাৰ একো সক্তি নাই।

তোমাৰ ক্ৰোধৰ পৰা কি মতে সাৰিম?
কোন থানে গৈ তোমাতে লুকাই থাকিম?
পখিৰ ডেউকা ধৰি গলে সমুদ্ৰত,
সেই কালেও থাকোঁ প্ৰভু তোমাৰ হাতত।