পৃষ্ঠা:ধৰম গিত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ইশ্বৰৰ দায়া।

১২

"The pity of the Lord."
Boylston. 8. M.

 ইস্বৰক ভজা লোক
 তেঁওৰ দায়া মৰম পাই,
লৰাত মাক বাপেকৰ সাদৰ
 তেঁওৰ ক্ৰিপাৰ সমান নাই।

 তেঁও জানে আমাৰ প্ৰান
 ৰেনুৰ দৰ উৰি জাই,
তেঁওৰ বায়ু ৰুপ ক্ৰোধ উঠিলে
 তিলেকত প্ৰান নিয়াই।

 পুআৰ মুকলি ফুল,
 কুমলিয়া ঘাঁহ জেন হই,
আমাৰ আয়ুস প্ৰফুলিত হৈ
 এডাঁৰত পৰে জঁই।

8

 কিন্তু প্ৰভুৰ দায়া
 অনন্ত কালে ৰই,
ধৰমিৰ সন্তান দেখিব
 তেঁওৰ প্ৰতিগ্যা অখই।  ন. ব.