পৃষ্ঠা:ধৰম গিত.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
ইস্বৰৰ স্তুতি।

১৮০

Praise to the Trinity.
Vesper Hymn. 8, 7.

ধন্য পিত্ৰি স্ৰিষ্টি কৰ্তা,
 আৰু জি জন কৰে ত্ৰান,
তেঁওৰ সহিত পবিত্ৰ আত্মা
 ধন্য হওক কাল অৱসান;
 জয়ধনি, জয়ধনি,
 জয়ধনি, আমেন;
ভুলোক স্বৰ্গলোক প্ৰসংসা
 কৰোক সৰ্বস্বৰে গান;
 জয়ধনি, জয়ধনি,
 জয়ধনি, আমেন।  ন. ব.

১৮১

Benediction.
Dismission. 8, 7.

পিত্ৰি ইস্বৰৰ অনুগ্ৰহ,
 পুত্ৰৰ কৰুনা সহিত,
আৰু আত্মাৰ প্ৰেম সান্তনা
 সদাই পুৰ হওক আমাৰ চিত।
 ন. ব.