পৃষ্ঠা:ধৰম গিত.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
প্ৰভুৰ বিদাই।

১৮২

"Lord, dismiss us with thy blessing.”

প্ৰভু বৰ দি কৰোক বিদাই
 কুসল ৰুপে জাব দিওক;
তেও সুভ বাত্ৰাৰ আহাৰ খুউআই,
 স্বৰ্গিয় সুচি প্ৰেম বৰ্হাওক;
সকল ৰিদই সান্তি পুৰাই,
 আমাৰ স্বৰ ওপৰ তোলোক;
জেতিয়া পমি গৈ সেই সুখৰ ঠাই
 গাম উতম গান স্বৰ্গলোক,
 গাম উতম গান স্বৰ্গলোক।
আমি গাম, জয়ধনি, আমেন, জয়ধনি;
আমি গাম, জয়ধনি, আমেন,
জয়ধনি, হে প্ৰভু ইস্বৰ;
জয়ধনি অনন্ত, জয়ধনি অনন্ত,
জয়ধনি অনন্ত কাল, অনন্ত কাল;
জয়ধনি, আমেন, আমেন, আমেন।
 অ. টি. ক.