পৃষ্ঠা:ধৰম গিত.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
ইস্বৰৰ স্ততি।

১৭৭

“Praise God from whom all blessings flow.”
Old Hundred. L. M.

নিৰাকাৰ পিত্ৰি, পুত্ৰ নৰ,
পবিত্ৰ আত্মা, এক ইস্বৰ,
স্তও স্তুতি হওক তেঁওৰ ধন্য নাম,
অনন্ত জুগত সৰ্বধাম।  ন. ব.

১৭৮

"Blessed be the Lord for evermore."

ধন্য, ধন্য, ধন্য হওক প্ৰভু অনন্ত কাল,
 ধন্য হওক প্ৰভু,
 ধন্য হওক প্ৰভু,
ধন্য হওক প্ৰভু অনন্ত কাল,
ধন্য হওক প্ৰভু অনন্ত কাল,
 আমেন, আমেন, আমেন।   ন. ব.

১৭৯

Praise to the Trinity.
Dismission. 8, 7.

পিত্ৰি, পুত্ৰ, ধৰম আত্মা,
 একে জন অমৰ ইস্বৰ,
তেঁওৰ মহিমা গুন অসিমা,
 স্তুতি কৰোঁ নিৰন্তৰ।  ন. ব.