পৃষ্ঠা:ধৰম গিত.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
ইস্বৰৰ স্তুতি।

১৭৫

Praise to Jehovah.
London, C. M.

য়িহোৱাক কৰা স্তুতি গান
 পবিত্ৰ লোক সকল,
জি থাকে ওপৰ পৰম থান,
 জি থাকে ভুমণ্ডল।

সকলো স্ৰিষ্টি ধৰা গান
 তেঁওৰ কিৰ্তন সৰ্বদাই;
এক অৱতাৰ, এক ভগৱান,
 তেঁওৰ বাহিৰ ইস্বৰ নাই।  ন. ব.

১৭৬

To Father, Son, and Holy Ghost.
Doxology. C. M.

পিত্ৰি, পুত্ৰ, আত্মা দায়াল,
 এক ইস্বৰ গুন প্ৰভাও,
ভুত, বৰ্তমান, ভবিস্যত কাল,
 হওক সৰ্বানন্দৰ স্তও;
ভুত, বৰ্তমান, ভবিস্যত কাল,
ভুত, বৰ্তমান, ভবিস্যত কাল,
 হওক সৰ্বানন্দৰ স্তও।  ন. ব.