পৃষ্ঠা:ধৰম গিত.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
প্ৰভুৰ প্ৰাৰ্থনা।

১৭০

The Lord's Prayer.
Rock of. Ages. 7.

আমাৰ পিত্ৰি, তোমাৰ বাস
স্বৰ্গত হৈচে, গুন প্ৰকাস;
হওক পুজনিয় তোমাৰ নাম
সৰ্বকালে মৰ্ত্য ধাম;
বাৰ্হোক তোমাৰ ৰাজ্য অসেস;
ইচা পুৰ হওক দেসে দেস;
স্বৰ্গত জি ৰুপ কৰা হল,
সেই ৰুপ হওক এই ভুমণ্ডল।

দিনৰ আহাৰ কৰি দান,
ৰখ্যা কৰা আমাৰ প্ৰান;
জি ৰুপ খেমোঁ লোকৰ ধাৰ,,
তুমি খেমা পাপ আমাৰ;
পৰিখাতো কৰি ত্ৰান,
দোসৰ মুকুত কৰা দান।
ৰাজ্য, প্ৰভাও, মহিমা জেন
সদাই তোমাৰ হওক, আমেন।   ন. ব.