পৃষ্ঠা:ধৰম গিত.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৯
প্ৰভুৰ প্ৰাৰ্থনা।

১৭১

The Lord's Prayer.
Nuremburg. 7.

পিত্ৰি প্ৰভু স্বৰ্গধাম,
হওক পুজনিয় তোমাৰ নাম,
বাৰ্হোক তোমাৰ ৰাজ্য অসেস,
ইচা পুৰ হওক দেসে দেস,
স্বৰ্গত জি ৰুপ কৰা হল,
সেই ৰুপ হওক এই ভুমণ্ডল।

দিনে দিনে দি আহাৰ,
খেমা কৰা পাপ আমাৰ,
পৰিখাতো দিয়া গিয়ান,
দোসৰ পৰা কৰি ত্ৰান।
ৰাজ্য, প্ৰভাও, মহিমা জেন
সদাই তোমাৰ হওক, আমেন।  ন. ব.

১৭২

Praise to God.
Old Hundred. L. M.

হে পিত্ৰি, স্বৰগ তোমাৰ বাস,
তাত জি ৰুপ তোমাৰ গুন প্ৰকাস,
সেই ৰুপে তোমাৰ ধন্য নাম
প্ৰসংসা হওক এই মৰ্ত্য ধাম।  ন. ব.