পৃষ্ঠা:ধৰম গিত.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
সন্ধিয়াৰ গিত।

হে প্ৰভু, ৰাখিবা
 এই ৰাতিৰ সকল ভই,
দুত ৰখিয়া থাকোক আমাৰ কোস,
 হই মানে সুৰ্জোদই।

সোন কালে উঠিলে
 অবিস্ৰাম সুৰ্জক চাই,
আমি জেন চলিম ধৰম পথ,
 এই সক্তি দিওক সদাই।

জি কালত মিত্যু হৈ
 এই সংসাৰ চাৰি জাম,
আপোনাৰ প্ৰেমৰ কোলাত লৈ
 কৰাওক আমাৰ বিস্ৰাম।  ন. ব.

১৬৯

“Now I lay me down to sleep.”
Dismission. 8, 7.

সুবৰ বেলি কৰজোৰ কৰোঁ,
 প্ৰভু ৰখ্যা কৰা মোক;
সাৰ নো পোআকৈ জদি মৰোঁ,
 স্বৰগলৈ আত্মা নিওক।  ন. ব.