পৃষ্ঠা:ধৰম গিত.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৯
ৰাতি পুআৰ গিত।

চেতন হৈ মোৰ পাপি মন
স্তুতি গোআ ইস্বৰৰ,
তোমাৰ ত্ৰান কৰ্তা জি জন
এই ৰুপে গা তেঁওৰ কিৰ্তন।

ৰখ্যা কৰা ভগৱান,
কৰা দেহা প্ৰানৰ ত্ৰান;
ৰাতি দিনে ঘনে ঘন
সিতল ৰাখা দাসৰ মন।

তেহে সেস ৰাতি পুআত
দেহা মৰিবৰ বেলাত,
ধাৰ্মিক জনে গিত গাব,
স্বৰ্গত সুখৰ থান পাব।  প. স.

১৬২

Prayer for Divine Preservation.
Rosefield. 7.

তুমি প্ৰভু দায়াবান,
তুমি জিৱন, তুমি ত্ৰান,
ভুত ভবিস্যত বৰ্তমান,
ক্ৰিপা কৰি ৰখা প্ৰান।  প. স.

ট ৩