পৃষ্ঠা:ধৰম গিত.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
ধৰমিৰ সুখ গতি।

১৪৩

“Who are these in bright array?”
Watchman. 7.

সুক্লা বস্ত্ৰ বিভুসিত
কোন এই সকল পোৰোহিত?
দিনে ৰাতি খতি নাই
ভেঁটিৰ কাস এই জুনা গাই;
মৰিল জি পোআলি মেস,
লবৰ জোগ্য ৰাজ্য অসেস;
তেঁওৰ মহিমা, গৌৰও, মান,
হওক প্ৰকাশিত স্ৰিষ্টি খান।

কোন এই লোক? আহিলে কৰ?
এইবোৰ আচিল পাপি নৰ;
ভুগিলে অত্যন্ত দুখ,
এতিয়া পাই অমৰন সুখ;
আপোন বস্ত্ৰৰ অনেক মল
য়িচুৰ তেজে ধোআ হল
হাতে তাল পাত ধৰি লই,
সকল সত্ৰুৰ ওপৰ জই।

ঞ ২