পৃষ্ঠা:ধৰম গিত.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭০
নতুন য়িৰুচালাম।

ভোক, পিয়াহ, বা কোনো ৰোগ,
এইবিলাক ন কৰে ভোগ;
ৰদৰ তাপ ন পৰে মুৰ,
ডাৱৰ বতাহ হব দুৰ;
মেৰ পোআলিএ নি চৰাই,
দিব অম্ৰিত জল দেখাই;
চকুৰ লো ইস্বৰ দায়াল
মচিব অনন্ত কাল।  ন. ব.

১৪৪

“Lo, what a glorious sight appears.”
Peterborough. C. M.

কেনে ৰুপ দৰ্সন চমত্‌কাৰ
 পাইচোঁ আমি বিশ্বাস!
পুৰনি জগত হল সংহাৰ,
 গুচুআ হল আকাস।

নামি আহিচে স্বৰগৰ
 নতুন য়িৰুচালম,
দৰালৈ ভুসিত কন্যাৰ দৰ,
 ঐস্বৰ্জেৰে অসম।