পৃষ্ঠা:ধৰম গিত.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
স্বৰগ সুখৰ দেস।

সেই দেসত দিপ্তি হই
 সকল নয়ন,
পিত্ৰিএ ৰখ্যক হৈ
 প্ৰেম নাই মৰন।
জেতিয়া তেঁওৰ ৰাজ্য পুৰ হই,
ঐস্বৰ্জ বাস সাধুএ লই,
সুৰ্জত্‌কৈ দিপ্তিমই,
 ৰাজ হম সদাই।  অ. টি. ক.

১৪২

Happiness of the Righteous.
Nuremburg. 7.

ইহকালে ধাৰ্মিক লোক
চইতান ফান্দে সদাই সোক;
কিন্তু জেতিয়া মৰি জাই,
প্ৰভুৰ চৰনত ঠাই পাই।

তাতে অনেক দুতৰ সঙ্গ
সদাই কৰে মনত ৰঙ্গ;
প্ৰভুৰ চৰন ধৰি কই,
ধন্য প্ৰভু দায়ামই।   ব. প.