পৃষ্ঠা:ধৰম গিত.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
শোধ কৰা দিন।

১২৯

“Oh! there will be mourning."
Judgment Hymn. 6, 7.

হাই হাই, হব ক্ৰন্দন ২ ক্ৰন্দন ২
হাই হাই, হব ক্ৰন্দন,
 সোধ কৰা প্ৰভুৰ দিন।
বাপেক পুতেক হই আঁতৰ,
বাপেক পুতেক হই আঁতৰ,
মাকো লৰা হই আঁতৰ,
 লগ পোআ ন হব আৰ।

হাই হাই, হব ক্ৰন্দন ২ ক্ৰন্দন ২
হাই হাই, হব ক্ৰন্দন,
 সোধ কৰা প্ৰভুৰ দিন।
ভাই ককায়েক হই আঁতৰ,
ভাই ককায়েক হই আঁতৰ,
বায়েক ভনিএক হই আঁতৰ,
লগ পোআ ন হব আৰ।

হাই হাই, হব ক্ৰন্দন ২ ক্ৰন্দন ২
হাই হাই, হব ক্ৰন্দন,

ঝ ৩