পৃষ্ঠা:ধৰম গিত.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
প্ৰভুৰ অহা দিন।

 পৰ্বত সাগৰে গৈ
 দাব লগাই কাচি;
প্ৰভুএ হাতত লৈ কুলা
জাৰি পেলাই সকল ঘুলা।

 এই ৰুপ জাৰি লব,
 জি হব সজ গুটি,
 দাঙ্গি স্বৰ্গে নিব,
 থাকিব গাই স্তুতি;
দিব অতি ঐস্বৰ্জ সুখ,
কোনো কালে ন হব দুখ।

সেই ৰুপ ঘুলা পতান
 দমাই লগাব জুই;
 জেয়ে নে পাতি কান
 আচিল জগতত সুই,
দিব সাস্তি মহা ক্ৰোধ হুই,
নিব দহি অনন্ত জুই।  ব. দ.