পৃষ্ঠা:ধৰম গিত.djvu/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
প্ৰভুৰ অহা দিন।

হাই হাই, নিদ্ৰাত থকা পাপি,
 প্ৰভুৰ সমই ঘোৰ নিসাই;
আহিব মহা প্ৰতাপি,
 তেতিয়া হবা নিৰুপাই।

ক্ৰিপা মাগি কান্দি কবা,
 তেও নু সুনিব ইস্বৰ;
থাকি এন্ধাৰ নিৰাস হবা,
 দাঁত কৰচি নিৰন্তৰ।   ন. ব.

১২৮

Christ's coming to Judgment.
Lenox. 6, 8.

 সুনাহে পাপি মন
 জি হব সেস দিনত;
 প্ৰতাপি হৈ এক জন
 উঠি সিংহাসনত,
নামি আহি কাল মুৰ্তি হৈ
হেজাৰ হেজাৰ দুত লগত লৈ।

 প্ৰিথিবিৰ সিমালৈ
 দুতক দিব পাঁচি,

ঝ ২