পৃষ্ঠা:ধৰম গিত.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
দৰা অহাৰ দ্ৰিষ্টান্ত।

১২৬

Coming of the Bridegroom.
Visitation. 8, 7.

জেতিয়া য়িচু দৰাৰ তুল্য
 প্ৰকাস হব দিপ্তিমই,
ভেঁৰিৰ স্বৰে ম্ৰিত্যু নৰে
 উঠি, হব বৰ বিষ্মই।

তেতিয়া জাৰে তেল নাই চাকিত,
 নুমাল দেখি কৰে হাই,
সবে জাব, তেল নে পাব,
 সাধু প্ৰভুৰ থান সোমাই।

দুআৰ মৰাত অগিয়ানি
 উপাই কৰিব বিচাৰ;
তেতিয়া নৰে জি কি কৰে,
 তেও ইস্বৰ নু সুনে আৰ।

ক্ৰিপাৰ এই সুভাগ্য কালত
 ধৰম নিচই কৰা গ্ৰাজ্য,
সেসত তৰি আনন্দ কৰি
 ভাগ পোআ হবা প্ৰভুৰ ৰাজ্য।
 ন. ব.