পৃষ্ঠা:ধৰম গিত.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ইস্বৰৰ স্তও।

Praise to the Trinity.
Creation. 6, 6, 4.

জি সৰ্বসক্তিমান,
গুন আধাৰ ভগৱান,
 স্বৰ্গৰ ওপৰ,
তেঁও অদি আৰু অন্ত,
তেঁও অনাদি অনন্ত,
দায়ালু খেমাৱন্ত,
 স্বয়ং ইস্বৰ।

তিনি এক, একে তিন,
মহিমা গুন নাই ভিন,
 পৰম মিলন;
পিত্ৰি হই নিৰাকাৰ,
পুত্ৰ হই অৱতাৰ,
আত্মাই কৰে সংহাৰ
 পাপিৰ কুমন।

স্ৰিষ্টিৰ পুৰ্বে ইস্বৰ
ত্ৰান নিজুজিলে নৰ,
 স্তও ধৰোঁ গান;