পৃষ্ঠা:ধৰম গিত.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিধানৰ সাও


সেই আগ্যা দুই বিধানৰ সাৰ,
সকলো ৰই তাত ধৰি আৰ;
সম্পুৰ্ন ৰুপ জাৰ পালন নাই,
বিধানৰ দোআৰাই ত্ৰান নে পাই।
 ন. ব.

“ Awaked by Sinai's awful sound."}}
Ganges. C. P. M.

ভয়ঙ্কৰ চিনইৰ সুনি মাত,
মই উঠি দেখোঁ বন্ধন গাত,
 পলাবৰ কি উপাই?
অনন্তৰ সত্য এই বচন,
ন জনম পাপিৰ প্ৰয়োজন,
 নাইবা নৰকে জাই।

বিধানৰ ঠাইলৈ গলোঁ মই,
বিচাৰোঁ কঁপি তাত আস্ৰই,
 সি দিএ কেৱল সাপ;
ন জনম পাপিৰ প্ৰয়োজন,
এই কথা লাগি থাকে মন,
 মোৰ বাৰ্হিল অনুতাপ।