পৃষ্ঠা:ধৰম গিত.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিধানৰ আগ্যা

কাম ভাৱে পৰৰ তিৰিত
 নি চিন্তিবা গমন;
আন লোকৰ দ্ৰব্য বস্তু
 ন কৰিব হৰন।

ন হবা মিচা সাখি
 চুবুৰিয়াৰ অহিত,
পৰৰ সম্পতি দ্ৰব্যত
 দুৰ কৰা লোভৰ চিত।   ন. ব.

The two great Commandments.
Angels' Song. L. M.

ইস্বৰৰ আগ্যা এই প্ৰধান,
প্ৰেম কৰা প্ৰভু ভগৱান,
সকলো চিত, সকলো মন,
সকলো আত্মা দি চিন্তন।

তেঁওৰ দুতিয় আগাও সেই ৰুপ হই,
পৰ লোকক কৰা উচিত কই,
চুবুৰিয়াক আপোনাৰ সমান
হিত চিন্তি কৰা প্ৰিতি দান।

ক ২