সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
মৰন কালত মন পালটোআ।

এজন পাপি সাহ দেখাই,
মৰন কালেও খেদ নে পাই,
মেলি আপোন দুৰ্জন মুখ
নিন্দা কৰে য়িচুৰ দুখ।

সিটৰ মনে অসন্তোস
কৰে, দেখি আপোন দোস,
ইস্বৰৰ অনুগ্ৰহ পাই
বিশ্বাস কৰি মিচুক চাই।

বোলে, প্ৰভু, আপোন ৰাজ্য
ললে মোকো কৰা গ্ৰাজ্য;
মোৰে সৈতে, প্ৰভু কই,
আজি পাবা সুখ আলই।

কেনে হল প্ৰভু দায়াল,
মানুহৰ নিৰুপাই কাল;
এতিয়াও সৰন জি জি লই
প্ৰভু তেনে দায়ামই।  ন. ব.

ছ ৩