পৃষ্ঠা:ধৰম গিত.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
মানুহৰ কঠিন স্বভাও।

১০০

Depravity of the Heart.
Windham L. M.

ভুমি কম্পে, পৰ্বত লৰে,
আৰু গৰ্জে মহা সাগৰ,
কিন্তু কঠিন অনুচিত মন
কৰি পাপ নে লাগে ভাগৰ।

এনে প্ৰভু পৰম ইস্বৰ
মৰম কৰি প্ৰানি লোকক
অতি দুখত মৰিবলৈ
পঠাই দিলে অপোন পুত্ৰক।

তেনে প্ৰভু য়িচু খ্ৰিষ্টত
মনে ন কৰিলে বিস্বাস;
কিন্তু দুষ্ট কৰমতে
আচে ৰাখি অনুচিত আস।

হে প্ৰভু, দায়ালু য়িচু,
আত্মাই ন ৰলালে তোমাৰ,
কোনেও দুষ্ট কঠিন মনক
ভাঙ্গিব নোআৰে আমাৰ।  ন. ল.