পৃষ্ঠা:ধৰম গিত.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
কুঠিয়াক সুচি কৰা।

সেই ৰুপ জগতৰ ভিতৰত
 জতে জিমান আচে লোক,
তেনে ৰুপে সকল প্ৰানিৰ
 পাপৰ ৰোগত হৈচে সোক।

সুনা সূনা, পাপি বন্ধু,
 তেনে ৰোগৰ আচে বেজ ,
খ্ৰিষ্টে দিলে দায়া কৰি
 পাপৰ ঔসধ আপোন তেজ।

আঁহা কেৱল জাস্না কৰা,
 মগনিয়াৰ নিচিনা,
তাতে প্ৰভু পাপ ৰোগ গুচাই
 দিব মনৰ সান্তনা।  ন. ল.

৯৯

Conversion of the dying Thief.
Sovereign Grace, Warren. 7.

জেতিয়া য়িচু আমাৰ নাথ
বান্ধি আচিল পেৰেঙ্গ কাঠ,
দুজন পাপি লোক তেঁওৰ কোস
ভুঞ্জিলে আপোনাৰ দোস।