পৃষ্ঠা:ধৰম গিত.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
কুঠিয়াক সূচি কৰা।

সুনা সুনা, কনা সকল,
 জাৰ মন থাকে পাপ এন্ধাৰ,
তেঁওলৈ আঁহা, চকু দিব,
 পথ দেখাব দি নিস্তাৰ।  ন. ব.

৯৮

The Leper cleansed.
Bartimeus. 8, 7.

গোটেই সৰিল কুষ্ঠ ৰোগে
 পিৰিত এনে লোক এজন,
য়িচুৰ ওচৰলৈ আহি,
 কৰিলে এই নিবেদন।

প্ৰভু জদি তোমাৰ ইচা
 সুধ কৰিব পাৰে মোক;
তাতে য়িচু হাত দি কলে,
 মোৰ হই ইচা, সুচি হওক।

তেতিখনে কুঠ ৰোগ গুচি
 অতি সুন্দৰ হল সৰিল,
তাত বাহিৰেও পাপৰ ৰোগত
 প্ৰভুৰ দায়াত সি তৰিল।

ছ ২